1 songs filed under lyricist
মৃদু মলয়া
Sanidhya Bhuyan and Prantik Das
"তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা, তুমি নোগোৱা গীত মই লিখা আধৰুৱা । দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা, বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।"