Tag collection · 6 songs
অসমীয়া গান
Explore songs tagged অসমীয়া গান (Asomiya Gaan). This collection gathers 6 songs that share a related theme, mood, or musical context.
Also written as Asomiya Gaan, Assamese Gaan, Assamese Song.
Ae Meetha Logonote
এই মিঠা লগনতে
Neha Karode
"এই মিঠা লগনতে, রুপালি জোনাকতে এই মিঠা লগনতে, রুপালি জোনাকতে আমি দুয়ো উমলিম,জোনালি আঁকাখতে"
Mridu Moloya
মৃদু মলয়া
Sanidhya Bhuyan and Prantik Das
"তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা, তুমি নোগোৱা গীত মই লিখা আধৰুৱা । দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা, বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।"
Ehejar Xapon
এহেজাৰ সপোন
Subasana Dutta
"ফুলিব দুচকুত আধৰুৱা এহেজাৰ সপোন উৰিব পখী হৈ আলসুৱা প্ৰণয় হৃদত"
Mon Jai Moro Mon Jai
মন যায় মোরো মন যায়
Zubeen Garg
"মন যায় মোরো মন যায় চকুত চকু থৈ চাবলে লাহে লাহে ওচর পাবলে কাষে কাষে খোজ দিবলে"
Runjun Nupure Mate
রুণজুন নুপুরে মাতে
Zubeen Garg
"রুণজুন রুণজুন… রুণজুন রুণজুন… রুণজুন নুপুরে মাতে কি সাজ সাজে কুঁহিপাতে"
Agali Bahore Gogona Bojao
আগলী বাঁহরে গগণা বজাওঁ
Zubeen Garg
"আগলী বাঁহরে গগণা বজাওঁ, মাতে লাহরী-লাহরীকৈ, দেখিবরে পরা তোমাকে চাওঁ, চকু নাযায় আন কালৈ।।"